Bilot tirebirai podumor pahi lyrics Kamalananda Bhatacharjya

Song : Bilot tirebirai
Lyricist : Kamalananda Bhatacharjya
Singer :  Anindita Paul
Musician :  Kamalananda Bhatacharjya

গীতৰ ফাঁকিঃ বিলত তিৰেবিৰাই
গীতিকাৰঃ কমলানন্দ ভট্টাচাৰ্য
কণ্ঠশিল্পীঃ অনিন্দিতা পাল
সুৰঃ কমলানন্দ ভট্টাচাৰ্য


(বিলত তিৰেবিৰাই
পদুমৰ পাহি অই
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই
জিঞাৰে পাখি অই
ফুলনীত ফুলৰে ৰাণী) ×২



(এন্ধাৰত জিলিকে জোনাকী পৰুৱা
আকাশত জিলিকে জোন) ×২
(ক’লাকৈ ডাৱৰত বিজুলী জিলিকে
হিয়াত মোৰ জিলিকে কোন) ×২
বিলত তিৰেবিৰাই
পদুমৰ পাহি অই
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই
জিঞাৰে পাখি অই
ফুলনীত ফুলৰে ৰাণী


(কলিজাত যিকুৰা জ্বলে অই
জিয়া জুই
জিলিকে তাতো অই
কেঁচা সোণ) ×২
(মোৰ হ’বনে এনে দিন
বাজিব ভগা বীণ
হিয়াত মোৰ জ্বলিব
পূৰ্ণিমাৰ জোন) ×২
বিলত তিৰেবিৰাই
পদুমৰ পাহি অই
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই
জিঞাৰে পাখি অই
(ফুলনিত ফুলৰে ৰাণী) ×৩



(Bilot tirebirai
Podumor pahi oi
Paatot tirebirai pani
Rodot tirebirai
Jiyare pakhi oi
Fulonit fulore rani) ×2


(Endharot jilike junaki poruwa
Akashot jilike jun) ×2
(Kolakoi daworot bijuli jilike
Hiyat mur jilike kun) ×2
Bilot tirebirai
Podumor pahi oi
Paatot tirebirai pani
Rodot tirebirai
Jiyare pakhi oi
Fulonit fulore rani


(Kolijat jikura Jwole oi
Jiya jui
Jilike tatu oi
Kesa xun) ×2
(Mur hobone ene din
Bajibo bhoga bin
Hiyat mur jwolibo
Purnimar jun) ×2
Bilot tirebirai
Podumor pahi oi
Paatot tirebirai pani
Rodot tirebirai
Jiyare pakhi oi
(Fulonit fulore rani) ×3

0/Post a Comment/Comments

Previous Post Next Post