Ujaye ahile Lyrics In Assamese Song |Silpisikha & Nipon

Ujaye ahile Lyrics In Assamese Song |Silpisikha & Nipon

 

Ujaye ahile

Singer-.Silpisikha & Nipon

Lyrics- Dr Binita Bora Dev Choudhary

Tune- Ahir bhairab. Bhintu dawri

Music- Ahir bhairab


F উ...উজায়ে আহিলে মোৱা দৰিকনা, ৰৈ নো ৰৈ ওঠতে খোতে।
M তো... তোৰেনো ভাবনাই  মনত জুই জ্বলালে, ৰিঙিয়াই মাতে ঐ নৈৰে নো ঘাটলৈ নৈৰে নো ঘাটলৈ মোকে।

         Music......
F মনেৰে মাজতে দেহা ,তোৰে নো ভাৱনাই,
ৰাতি ৰাতি ৰাতি দেহা টোপনি উৰুৱাই।
মনেৰে মাজতে দেহা ,তোৰে নো ভাৱনাই,
ৰাতি ৰাতি ৰাতি দেহা টোপনি উৰুৱাই।
M নৈৰে ঘাটতে তোকে ঐ দেখিলে মনত বন জুই জ্বলে, নেখায়ো থাকিব পাৰো দেহমাই তোকে ঐ কাষত পালে,
নেখায়ো থাকিব পাৰো দেহমাই তোকে ঐ কাষত পালে।
         Music.....
M সোনালী ধাননীত কোনেনো ধান দায়, মোৰে সোন জনীক হে কতো দেখা নাই।
F কপৌ চৰাই জনী কতেনো ধান খায় মোৰে সোনামুৱা তোকো দেখা নাই।

M সোনালী ধাননীত কোনেনো ধান দায়, মোৰে সোন জনীক হে কতো দেখা নাই।
F কপৌ চৰাই জনী কতেনো ধান খায় মোৰে সোনামুৱা তোকো দেখা নাই।
          Music......
F. তোৰে ঐ কথা ভাৱোতে ভাৱোতে টোপনি নাহে মোৰ ৰাতি।
M. এই বেলি বহাগত আনিমে চেনাই তোকেঐ বিয়া খন পাতি।

0/Post a Comment/Comments

Previous Post Next Post