BALI MAHI Lyrics ZUBEEN GARG & PRIYANKA | New Assamese Song Lyrics

 
BALI MAHI Lyrics  ZUBEEN GARG & PRIYANKA |New Assamese Song Lyrics

BALI MAHI Lyrics  ZUBEEN GARG & PRIYANKA |New Assamese Song Lyrics

 

SONG - BALI MAHI

SINGERS - ZUBEEN GARG & PRIYANKA

LYRICS / COMPOSER - RITUV HAZARIKA

MUSIC / MIX / MASTER - DIPKESH BORGOHAIN

GRAPHICS DESING & LYRICAL VIDEO - PRANJAL KALITA


বালিমাহীত এখোজ দুখোজ
অসীমলে তোমাৰ স'তে
মৰম আবেলিটি পাৰ হ'ল।

সেন্দুৰীয়া আকাশে যেন
সানিলেহি প্ৰেমৰ পাহিত
ৰাঙলীা মদাৰৰ মিঠা বোল।

ধীৰে ধীৰে দুখনি হিয়া এখন
হ'ব খোজে পাহৰি পৃথিৱীখন

এই মৰম থাকিব জনম-জনম।



হৃদয়তে নামিছে পলকতে
একাঁজলি ৰ'দ হৈ
তোমাৰ মৰমৰ।


অ'…
তোমাৰে অধীন মোৰ হিয়াখন
প্ৰাণে প্ৰাণে মাথো মোৰ
তোমাৰ বৰণ।

ধীৰে ধীৰে দুখনি হিয়া এখন
হ'ব খোজে পাহৰি পৃথিৱীখন

এই মৰম থাকিব জনম-জনম।


চন্দ্ৰ,তৰা আকাশৰে শুৱনি

মন সৰগৰ তুমি অভিসাৰিনী

তুমি নিভাজ হিয়াৰ শিহৰণ


ধীৰে ধীৰে দুখনি হিয়া এখন
হ'ব খোজে পাহৰি পৃথিৱীখন

এই মৰম থাকিব জনম-জনম।

0/Post a Comment/Comments

Previous Post Next Post