Adhore lyrics zubeen garg | অধৰে জোৰা না lyrics

Adhore lyrics zubeen garg | অধৰে জোৰা না lyrics 

Song Title : Adhore
Mood : Romantic
Artist : Zubeen Garg & Sagarika Sarma
Lyrics : Rahul Dey Das
Composition : Prabin Borah
Music Production : Anupam Konwar
Records Label : Griebs Music Assam
Releaseing Year : 2020


● Introduction

অধৰে জোৰা না


● VERSE

• Female Part

অধৰে জোৰা না
প্ৰণয়ে লোৱা না
ঊশাহে মেঘ চুমে
বৰষা হৈ জানা

আবেশে পঢ়ানা
দু-চকুৰে ভাষা
মন পখী হৈ উৰে
সমীৰতে জানা


• Male Part

চেঁচা
পৰা
মোৰ
কায়াতে

ঢৌ
উঠা
মোৰ
বুকুতে

ৰ'দ হৈ নামা না
গধূলি হোৱা না
মোৰে হিয়া



● INNER

• Female Part

হিম গলা কবিতা
দেহ জ্বলা শলিতা
উমলে নিশা তোমাতে

অময়া আবেগত
হেজাৰ দিঠকত
বিছাৰো জানা তোমাকে


• Male Part

তুমি
মোৰে প্ৰিয়া হৈ
পুৱতিৰে দুৱাৰ অলৈ

তুমি
মোৰে জীয়া হৈ
জনম জনম লৈ

নিবিড়ে শুই ৰোৱা


• Female Part

নদী হৈ বৈ যোৱা



● BRIDGE

•Female Part

আধা লিখা এখিলা
নিলিখা বহু কথা
বুজি চোৱানা এবাৰ

অজলা কাজলত
অবুজন পৰশত
কিযে পাবা প্ৰতিবাৰ


•Male Part

তুমি
মোৰে পিয়া হৈ
হিয়াৰে পাপৰি অলৈ

তুমি
মোৰে ইতি হৈ
বৈ থকা অনাদিলৈ

ডাৱৰক শুধি চোৱা


• Female Part

নেহা ৰৈ বৈ যোৱা



Written By-
RAHUL DEY DAS
2nd July in 2019

0/Post a Comment/Comments

Previous Post Next Post