Diya Ghurai Diya zubeen garg

দিয়া ঘূৰাই দিয়াপৃথিৱী
আমাৰ আমাকআইতাৰে
সাধুতৰালি সৰা
চোতালসেইয়াই লাগে
আমাকনালাগে ওলোটা
পৃথিৱীঅ' আমি আমিয়েই
চোনপৃথিৱী ভঙা আৰু গঢ়া
সপোন নতুনআনা ঘূৰাই
আনাধৰা নিভাজ
হিয়াৰশেৱালি পাহিত
দুভৰি থুনুক
থানাকসেইয়াই লাগে
আমাকনালাগে ওলোটা
পৃথিৱীঅ' অমি অমিয়েই
চোনপৃথিৱী ভঙা অৰু গঢ়া
সপোন নতুনক খ গ ঘ আৰু
ঙপাটীগণিত আৰু
কুহিপাঠপঢ়ালা পঢ়ি
আছোশিকালা শিকি
আছোএতিয়া কিয় দিয়া মৰণ
আঘাতবুৰন্জীৰে পাত
লুতিয়ালেআমাৰ মৰমে দিব
সকীয়াইযদিহে আমাৰ
অস্তিত্ব নাইতেনে
বুৰন্জী কোনেও নাচায়

0/Post a Comment/Comments

Previous Post Next Post