Diya muk diya Lyrics zubeen Garg Assamese Song lyrics

Diya muk diya Lyrics দিয়া মোক দিয়া
Diya muk diya akhakhor dore lyrics
Singer: Zubeen Garg কণ্ঠশিল্পী : জুবিন গাৰ্গ, অনিন্দিতা পাল
Film: Dinobandhu বোলছবি : দীনবন্ধু


দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
সুনীল সাগৰখন
সামৰিম বেলি-জোন
আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।

মেঘৰ  বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
মেঘৰ  বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।

আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি...
বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
সুনীল সাগৰখন
সামৰিম বেলি-জোন
আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...॥

diya muk diya akakhor dore diya
Khubixal eti mon mili jai jare paraparhe
Khunil sagor khon khamorim beli jun
akuwali lom olekh torar mela
diya muk diya akakhor dore diya

Meghor bixad bijulir
joto khela puwa godhulir rong
meghor bixhad bijulir
joto khela puwa godhulir rong
diya muk diya khubixal eti mon
akuwali lom aranyar voy
diya muk diya khubixal eti mon
akuwali lom aranyar voi
diya muk diya akakhor dore diya
akuwali lom uttal sagor
dhumuhar gorjon
akuwali lom uttal sagor
dhumuhar gorjon
boliya morubhumi
tukhare abora porbot shikhore
thakim hridoy sumi
boliya morubhumi
tukhare abora porbot shikhore
thakim hridoy sumi
diya muk diya akakhor dore diya
Khubixal eti mon mili jai jare paraparhe
Khunil sagor khon khamorim beli jun
akuwali lom olekh torar mela
diya muk diya akakhor dore diya

0/Post a Comment/Comments

Previous Post Next Post